অর্থ : ছটিয়াই দিয়া অৱস্থা বা ভাব
							উদাহরণ : 
							খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
							
অর্থ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							উদাহরণ : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
সমার্থক : ছটিওৱা
অর্থ : চাৰিওফালে প্রসাৰিত কৰা
							উদাহরণ : 
							খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
							
সমার্থক : সিঁচি দিয়া, সিঁচৰতি কৰা
অর্থ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							উদাহরণ : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
সমার্থক : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা