অর্থ : ক্রমত নথকা অৱস্থা বা ভাব
							উদাহরণ : 
							বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
							
সমার্থক : আউল, আলি-মুলি, এঙনি-জেঙনি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি