অর্থ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
							উদাহরণ : 
							আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
							
সমার্থক : পেঙ্গুচিয়া, লেকেচিয়া
অর্থ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
							উদাহরণ : 
							চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
							
সমার্থক : লেঙ্গেৰা
অর্থ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
							উদাহরণ : 
							লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
							
সমার্থক : খোৰা
অর্থ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
							উদাহরণ : 
							লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
							
অর্থ : যাৰ এটা ভৰি ভাঙিল
							উদাহরণ : 
							লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল