অর্থ : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
							উদাহরণ : 
							যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
							
অর্থ : সম্পূর্ণৰূপে ভিজা বা তিতা
							উদাহরণ : 
							জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
							
সমার্থক : টেপটেপীয়া, লুতুৰ-পুতুৰ