অর্থ : কোনো বিশেষ উদ্দেশ্যত লগ হোৱা কার্য
							উদাহরণ : 
							চিকিৎসকক লগ কৰাৰ পিছতহে ৰোগৰ বিষয়ে জানিব পৰা যাব
							
অর্থ : কাৰোবাক দেখা-সাক্ষাৎ কৰা কৰা কার্য
							উদাহরণ : 
							তেওঁ চহৰত নিজৰ ্সম্পর্কীয় লোকসকলক লগ কৰিলে
							
সমার্থক : সাক্ষাৎ কৰা