অর্থ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
							উদাহরণ : 
							মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
							
সমার্থক : গমন কৰা, প্রস্থান কৰা, ৰাওনা হোৱা
অর্থ : চলাচল কৰাত প্রবৃত্ত কৰা
							উদাহরণ : 
							তেওঁ ্লʼৰাটোৰ হাতত ধৰি গৈ আছে