অর্থ : সম্পূর্ণৰূপে মোহিত হোৱা কার্য
							উদাহরণ : 
							কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল
							
সমার্থক : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা
অর্থ : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা
							উদাহরণ : 
							শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে  মীৰা মোহনৰ প্রতি মোহিত হৈছে
							
সমার্থক : আসক্ত হোৱা