অর্থ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
							উদাহরণ : 
							মই মালয়ালম কʼব পাৰোঁ
							
সমার্থক : মালায়ালম
অর্থ : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
							উদাহরণ : 
							এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে