অর্থ : আনন্দ পাওঁতে অনুভৱ হোৱা
							উদাহরণ : 
							এই দৃশ্যটো মোৰ ভাল লাগিছে
							
সমার্থক : ভাল লগা, মন ভুলোৱা, সুখপ্রদ লগা
অর্থ : ৰুচিৰ অনুকূল হোৱা
							উদাহরণ : 
							আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই  মোৰ এই কামটো ভাল লগা নাই
							
সমার্থক : পচন্দ হোৱা, ভাল লগা, মন লগা, মনোমত হোৱা, ৰুচিকৰ হোৱা