অর্থ : যি ্বর্ণ স্বৰবর্ণৰ ্সহায় অবিহনে উচ্চাৰণ কৰিব পৰা নাযায়
							উদাহরণ : 
							হিন্দী ্বর্ণ্্মালাত ক-ৰ পৰা হ-লৈকে সকলো বর্ণক ব্যঞ্জন বোলা হয়
							
সমার্থক : ব্যঞ্জন বর্ণ
অর্থ : চাউল, ৰুটি আদিৰ লগত খোৱা পদার্থ
							উদাহরণ : 
							উৎসৱত বিবিধ-বিবিধ প্রকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হয়
							
অর্থ : তেল বা ঘিঁউত ৰন্ধা কোনো ব্যঞ্জন
							উদাহরণ : 
							উৎসৱত মালপোৱা, পুৰী আদি না-না ধৰণৰ ব্যঞ্জন বনোৱা হয়