অর্থ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
							উদাহরণ : 
							বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
							
সমার্থক : লেতেৰা
অর্থ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
							উদাহরণ : 
							তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
							
সমার্থক : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
অর্থ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
							উদাহরণ : 
							ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
							
সমার্থক : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা