অর্থ : বেলেগ বা পৃথক হোৱা
							উদাহরণ : 
							ভিৰৰ কাৰণে আমাৰ এজন লগৰীয়া মেলাত বেলেগ হʼল
							
অর্থ : * সম্বন্ধ আদি নাইকিয়া হোৱা
							উদাহরণ : 
							নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
							
সমার্থক : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা