অর্থ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
							উদাহরণ : 
							মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
							
সমার্থক : কোৱা
অর্থ : কোনো কথা আদি জানি লোৱা
							উদাহরণ : 
							বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
							
অর্থ : বোধ বা জ্ঞান উদয় হোৱা
							উদাহরণ : 
							শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
							
অর্থ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
							উদাহরণ : 
							তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে