অর্থ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
							উদাহরণ : 
							আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
							
সমার্থক : বিশ্বাসঘাতক, বিশ্বাসঘাতী
অর্থ : যি বিশ্বাসঘাতকতা কৰে
							উদাহরণ : 
							বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
							
সমার্থক : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
অর্থ : বিশ্বাসঘাত কৰোতাজন
							উদাহরণ : 
							বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
							
সমার্থক : বিশ্বাসঘাতক, বিশ্বাসঘাতী