অর্থ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা
							উদাহরণ : 
							শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে
							
অর্থ : বাধা প্ৰদান কৰা কাৰ্য
							উদাহরণ : 
							ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
							
সমার্থক : হকা-বধা কৰা, হাক দিয়া
অর্থ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা
							উদাহরণ : 
							মাধৱে সকলো কামতে গোলমাল লগায়
							
সমার্থক : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা