অর্থ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
							উদাহরণ : 
							ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
							
সমার্থক : পাগল
অর্থ : মগজুৰ বিকৃতি ঘটা
							উদাহরণ : 
							চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
							
সমার্থক : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, পাগল, বলিয়া, বলিয়া-বতীয়া, বাতুল