সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাপোৰ, চামৰা আদিৰে খেলিবলৈ সাজি লোৱা গোলাকাৰ বস্তু:এই বলটোত বতাহ নাই শিশুবোৰে বল লৈ খেলিবলৈ বৰ ভাল পায়
উদাহরণ :
অর্থ : ক্রিকেট খেলত বলাৰে বলিং কৰা কার্য
উদাহরণ : শচীনে চৈয়ব আখটাৰৰ প্রথম বলতে ছয় কোবালে
অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
সমার্থক : জোৰ, তেজ, পৰাক্রম, শকতি, শক্তি
ইনস্টল