অর্থ : যিয়ে দিয়াজনক পুনৰাই দিছে
							উদাহরণ : 
							ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
							
সমার্থক : ঘূৰাই দিয়া
অর্থ : মূল্য, দেনা আদিৰ পৰিশোধ কৰণ কার্য
							উদাহরণ : 
							বিদ্যুতৰ মাচুল পিছত পৰিশোধ কৰিব প্রথমে মোৰ ধাৰ পৰিশোধ কৰক