অর্থ : দুখ, কষ্ট আদি ওলাই অহা
							উদাহরণ : 
							তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
							
অর্থ : বেমাৰ হৈ বিছনাত পৰি থকা
							উদাহরণ : 
							ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
							
অর্থ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা
							উদাহরণ : 
							ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
							
অর্থ : উৎপন্ন হোৱা
							উদাহরণ : 
							আজি গাখীৰৰ ওপৰত মলাই পৰিল
							
অর্থ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা
							উদাহরণ : 
							এই গাড়ীখনত কিমান দাম পৰিল
							
অর্থ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???
							উদাহরণ : 
							তেওঁ ্ চাঁদৰ পৰা পৰিল  ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
							
সমার্থক : (বাগৰি পৰা, লুটি খাই পৰা)
অর্থ : প্রবিষ্ট হোৱা
							উদাহরণ : 
							ঘিউখিনিত চৰাইটো পৰিল
							
অর্থ : মাজত আহি যোৱা কার্য
							উদাহরণ : 
							এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
							
অর্থ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা
							উদাহরণ : 
							তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
							
অর্থ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা
							উদাহরণ : 
							গছৰ তলত বহুত গুটি পৰি আছে
							
অর্থ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা
							উদাহরণ : 
							তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
							
সমার্থক : পৰি থকা