অর্থ : প্রতিনিধি হোৱাৰ ভাৱ
							উদাহরণ : 
							তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
							
অর্থ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
							
অর্থ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
							উদাহরণ : 
							মই প্রতিনিধিত্ব কৰিব নোৱাৰো
							
সমার্থক : এজেঞ্চি