অর্থ : কোনো কথা আদি ব্যক্ত কৰা কার্য
							উদাহরণ : 
							তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
							
সমার্থক : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
অর্থ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
							উদাহরণ : 
							তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
							
সমার্থক : ব্যক্ত কৰা