অর্থ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
							উদাহরণ : 
							সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
							
সমার্থক : খচৰা, পাণ্ডুলিপি
অর্থ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
							উদাহরণ : 
							মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
							
সমার্থক : খচৰা