অর্থ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
							উদাহরণ : 
							এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
							
অর্থ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
							উদাহরণ : 
							মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
							
সমার্থক : পাণ্ডু-লিপি