অর্থ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
							উদাহরণ : 
							এই কামটোৰ তদাৰক ৰামে কৰিছে
							
সমার্থক : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
অর্থ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
							উদাহরণ : 
							তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
							
সমার্থক : পর্যবেক্ষণ