অর্থ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
							উদাহরণ : 
							এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
							
সমার্থক : কালসীমা, খঁতিৰা, ধার্যসময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়
অর্থ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
							উদাহরণ : 
							এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
							
সমার্থক : খঁতিৰা, ধার্যসময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা
অর্থ : পৰিকল্পিত বা সূচীভুক্ত কৰি থোৱা কোনো সময়
							উদাহরণ : 
							মই নির্দিষ্ট সময়ত আপোনাক লগ পাম