অর্থ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
							উদাহরণ : 
							তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
							
সমার্থক : নাৰিকেল
অর্থ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
							উদাহরণ : 
							এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
							
সমার্থক : নাৰিকল গছ