অর্থ : ঈশ্বৰৰ অস্তিত্ব নমনা ব্যক্তি
							উদাহরণ : 
							নাস্তিকক ্ ধর্মৰ ্ কথা কʼবলৈ বৰ সমস্যা
							
সমার্থক : অনীশ্বৰবাদী, নিৰীশ্বৰবাদী
অর্থ : যি বেদ, ঈশ্বৰ, পৰলোক আদিৰ ওপৰত বিশ্বাস নাৰাখে
							উদাহরণ : 
							চীনৰ অধিকসংখ্যক লোক নাস্তিক
							
সমার্থক : নিৰীশ্বৰবাদী