অর্থ : অভিনয় কৰা বা ভাও দেখুওৱা পুৰুষ
							উদাহরণ : 
							তেওঁ ্ এগৰাকী ভাল অভিনেতা
							
সমার্থক : অভিনেতা, অভিনয় শিল্পী, নটশিল্পী, নতুৱা
অর্থ : বল্টুত পকাব পৰা ধাতুৰ এক ছেদযুক্ত গোল অথবা কোণীয়া আকাৰৰ পেচযুক্ত উপকৰণ
							উদাহরণ : 
							নটটো বেছিকৈ নাটানিবা নহʼলে খুলিবলৈ অসুবিধা হʼব