অর্থ : অনর্থ ্বা ধ্বংস কৰোঁতা
							উদাহরণ : 
							গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
							
সমার্থক : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
অর্থ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
							উদাহরণ : 
							চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
							
সমার্থক : পতনমুখী
অর্থ : যি ধ্বংস কৰে
							উদাহরণ : 
							বাৰুদ এবিধ ধ্বংসকাৰী বস্তু