সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
উদাহরণ : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
সমার্থক : ন্যায়াধীশ, মেজিষ্ট্রেট
অর্থ : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
উদাহরণ : মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
সমার্থক : দণ্ডাধিকাৰী
ইনস্টল