অর্থ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
							উদাহরণ : 
							আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
							
সমার্থক : লাখুটি
অর্থ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
							উদাহরণ : 
							শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
							
সমার্থক : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
অর্থ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
							উদাহরণ : 
							আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
							
অর্থ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
							উদাহরণ : 
							কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
							
সমার্থক : কুমাৰৰ দণ্ড