অর্থ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
							উদাহরণ : 
							উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
							
সমার্থক : কঁপিবলৈ ধৰা, কঁপ্া, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা
অর্থ : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
							উদাহরণ : 
							গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
							
সমার্থক : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা