অর্থ : পালন-পোষণ কৰা বা আশ্রয়ত ৰখা ব্যক্তি
							উদাহরণ : 
							এই বিদ্যালয়ত কেইবাজনো তত্ত্বাৱধায়ক আছে
							
অর্থ : যিজন ব্যক্তিৰ অধিকাৰত কোনো ব্যক্তি বা সংস্থাৰ সম্পত্তি আদি সুৰক্ষিতভাৱে থাকে
							উদাহরণ : 
							আমাৰ শিক্ষাগুৰু এই বিদ্যালয়খনৰ তত্ত্বাৱধায়ক
							
সমার্থক : জিম্মাদাৰ