অর্থ : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
							উদাহরণ : 
							যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
							
অর্থ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
							উদাহরণ : 
							এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
							
সমার্থক : চুৰি
অর্থ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
							উদাহরণ : 
							এই পথত ডকাইতে পথিকক ডকাইতি কৰে
							
সমার্থক : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা