অর্থ : যি লিপিত জাপানী ভাষা লিখা হয়
							উদাহরণ : 
							ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
							
সমার্থক : জাপানী-লিপি
অর্থ : জাপান দেশৰ ভাষা
							উদাহরণ : 
							ৰামে জাপানী কʼব পাৰে
							
অর্থ : জাপানত বসবাস কৰা
							উদাহরণ : 
							জাপানীসকল বৰ পৰিশ্রমী
							
অর্থ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
							উদাহরণ : 
							জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়