অর্থ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
							উদাহরণ : 
							চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
							
সমার্থক : চুঙি, জুই ফুকা চুঙা
অর্থ : নলৰ আকাৰৰ কোনো বস্তু
							উদাহরণ : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
সমার্থক : নলিচা