অর্থ : খুলিব আৰু বন্ধ কৰিব পৰা তলাৰ লগত থকা এক উপকৰণ
							উদাহরণ : 
							মোৰ তলাৰ চাবিটো হেৰাল
							
সমার্থক : চাবি-কাঠি, চাবি-কাঠী, ্ সঁচ্াৰ-কাঠী
অর্থ : এনেকুৱা এক প্রকাৰৰ যতন যিটো ঘূৰালে, হেঁচি ধৰিলেহে কোনো কাম আৰম্ভ হয়
							উদাহরণ : 
							তেওঁ মেচিনটো চলাবৰ কাৰণে চাবি টিপিলে
							
সমার্থক : চুইচ