অর্থ : যিজন কলাকাৰে সিদ্ধি লাভ কৰিছে
							উদাহরণ : 
							সমাজত গুণী কলাকাৰৰ যথেষ্ট অভাৱ
							
সমার্থক : ওস্তাদ, কলাগুৰু, গুণী কলাকাৰ
অর্থ : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
							উদাহরণ : 
							
							
সমার্থক : অধ্যাপক, আচার্য, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু