অর্থ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ
							উদাহরণ : 
							ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল
							
অর্থ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস
							উদাহরণ : 
							কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়