অর্থ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ
							উদাহরণ : 
							কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে
							
সমার্থক : খাল
অর্থ : গভীৰ তল বা স্থান
							উদাহরণ : 
							এজন অন্ধব্যক্তি ্গাঁতত পৰি আছিল
							
সমার্থক : গর্ত, গর্ত্ত, লীন্দা-গাৰা