অর্থ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
							উদাহরণ : 
							লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
							
সমার্থক : আমোদ-প্রমোদ, ক্রীড়া
অর্থ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
							উদাহরণ : 
							খেলত জয়-পৰাজয় থাকেই
							
সমার্থক : ক্রীড়া, খেল-ধেমালি
অর্থ : খেলৰ প্রদর্শন
							উদাহরণ : 
							চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
							
সমার্থক : খেলা
অর্থ : নি্র্লজ্জ ্কাম, ব্যৱহাৰ বা উল্টা-পুল্টা আচৰণ
							উদাহরণ : 
							তেওঁ মদ ্খায়েই তামাচা আৰম্ভ কৰি দিয়েমদ খায় আপুনি ইয়াত তামাচা নকৰিব
							
সমার্থক : তামাচা