অর্থ : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
							উদাহরণ : 
							তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
							
সমার্থক : ক্রুব্ধ কৰা, ক্রোধিত কৰা
অর্থ : কাৰোবাক আমনি দি থকা
							উদাহরণ : 
							কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
							
সমার্থক : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া