অর্থ : কোনো কাৰণত হোৱা ক্ষতিক পূৰণ কৰা কার্য
							উদাহরণ : 
							এই লোকচানৰ ক্ষতিপূৰণ আমি ভৰিম
							
অর্থ : কিহবাৰ হানি হোৱাৰ পৰিৱর্তে দিয়া ধন
							উদাহরণ : 
							ৰেল দুর্ঘ্্টনাত মৃত লোকৰ পৰিয়ালবর্গক এতিয়ালৈকে কোনো ক্ষতিপূৰণ দিয়া হোৱা নাই