অর্থ : বিফলতাৰ কাৰণে হোৱা নিৰাশা
							উদাহরণ : 
							বাৰে-বাৰে পৰীক্ষাত অসফল হোৱাৰ কাৰণে তেওঁ কুণ্ঠাৰে গ্রস্ত হৈ পৰিছে
							
অর্থ : হয় বা নহয় সূচক স্থিতি
							উদাহরণ : 
							আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
							
সমার্থক : অনিশ্চয়তা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা