অর্থ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
							উদাহরণ : 
							ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
							
সমার্থক : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
অর্থ : কুকুৰনেচীয়া বাঘৰ মাইকী
							উদাহরণ : 
							মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
							
সমার্থক : মাইকী কুকুৰনেচীয়া