অর্থ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
							উদাহরণ : 
							মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
							
সমার্থক : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
অর্থ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
							উদাহরণ : 
							ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে