অর্থ : উত্তৰ-পশ্চিম দিশ বুজোৱা
							উদাহরণ : 
							তেওঁৰ ঘৰ ্ ইয়াৰ পৰা ঠিক উত্তৰ-পশ্চিমফালে অৱস্থিত
							
সমার্থক : উত্তৰ-পশ্চিম কোণ, বায়ু-কোণ
অর্থ : উত্তৰ-পশ্চিমৰ বা উত্তৰ-পশ্চিম সম্বন্ধীয়
							উদাহরণ : 
							এই অঞ্চলৰ উত্তৰ-পশ্চিম ভাগ পাহাৰীয়া হয়
							
সমার্থক : উত্তৰ-পশ্চিমী