অর্থ : উচ্ছন্ন বা নষ্ট হোৱা
							উদাহরণ : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
সমার্থক : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
অর্থ : বহুত সস্তা দামত বিক্রী কৰা
							উদাহরণ : 
							মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
							
সমার্থক : সস্তাত বিক্ৰী কৰা
অর্থ : মানৱ বিহীন হোৱা
							উদাহরণ : 
							ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে