অর্থ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
							উদাহরণ : 
							মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
							
সমার্থক : আলোচনা, টীকা-টিপ্পনী, মন্তব্য
অর্থ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
							উদাহরণ : 
							সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
							
সমার্থক : আলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা