অর্থ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
							উদাহরণ : 
							মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
							
সমার্থক : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য
অর্থ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ
							উদাহরণ : 
							শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে
							
সমার্থক : সমালোচনা
অর্থ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
							উদাহরণ : 
							সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
							
সমার্থক : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা